৭৩ সংখ্যক স্বাধীনতা দিৱসঃ লালকিল্লাত কিছুসময়ৰ পাছতে মোডীয়ে উৰুৱাব ত্ৰিৰংগা…

৭৩ সংখ্যক  স্বাধীনতা দিৱসঃ লালকিল্লাত কিছুসময়ৰ পাছতে মোডীয়ে উৰুৱাব ত্ৰিৰংগা…

ডিজিটেল ডেস্কঃ দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত কিছুসময়ৰ পাছতে ঐতিহ্যমণ্ডিত লালকিল্লাত দেশৰ জাতীয় পতাকা উত্তোলন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। অভাৱনীয়ভাৱে কটকটীয়া কৰি তোলা হৈছে সৰ্বদিশৰ নিৰাপত্তা। প্ৰধানমন্ত্ৰী হিচাপে ষষ্ঠবাৰলৈ দেশৰ পতাকা উত্তোলন কৰিব মোডীয়ে। পুৱা ৭.৩০ বজাত পতাকা উত্তোলনৰ পাছতে দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in