শেহতীয়া খবৰ
আচৰিত পত্নী! স্বামীক হত্যা কৰি ঘৰৰ ভিতৰতে পুতি সেই স্থানত নিৰ্মাণ কৰিলে পাকঘৰ...  •  মণিপুৰত গ্ৰেণেড বিস্ফোৰণত আহত ২ চিআৰপিএফ জোৱান  •  দক্ষিণ শালমাৰাৰ ৭ গাওঁ পঞ্চায়তত বৰ লুইতৰ তাণ্ডৱ! জাহ গ’ল শ শ পৰিয়ালৰ ভেটি-মাটি...  •  হাটশিঙিমাৰীত পুনৰ গ্ৰেপ্তাৰ ৩ চোৰাং গৰু বেপাৰী...  •  লক্ষীপুৰত কৃষিজাত সামগ্ৰীৰ বিপণনৰ তিনিদিনীয়া কৰ্মশালা আৰম্ভ  •  ভয়ংকৰ বিস্ফোৰণৰ পৰা ৰক্ষা পৰিল অনন্তনাগ, ৰাজপথত পৰি থকা শক্তিশালী বিস্ফোৰক নিষ্ক্ৰিয়  •  'অসমীয়া প্ৰতিদিন'ৰ দেৱজিৎ বৰ্মনলৈ 'মিষ্টাৰ গুৱাহাটী' খিতাপ...  •  'অসমীয়া প্ৰতিদিন'ৰ দেৱজিৎ বৰ্মনলৈ 'মিষ্টাৰ গুৱাহাটী' খিতাপ...  •  'অসমীয়া প্ৰতিদিন'ৰ দেৱজিৎ বৰ্মনলৈ 'মিষ্টাৰ গুৱাহাটী' খিতাপ...  •  শিৱসেনা-কংগ্ৰেছ-এনচিপিৰ মিত্ৰতা সুবিধাবাদী, এই মিত্ৰতাই এখন সুস্থ চৰকাৰ গঠন কৰিব নোৱাৰেঃ নীতিন গাডকাৰী

৭৩ সংখ্যক স্বাধীনতা দিৱসঃ লালকিল্লাত কিছুসময়ৰ পাছতে মোডীয়ে উৰুৱাব ত্ৰিৰংগা…

59

ডিজিটেল ডেস্কঃ দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত কিছুসময়ৰ পাছতে ঐতিহ্যমণ্ডিত লালকিল্লাত দেশৰ জাতীয় পতাকা উত্তোলন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। অভাৱনীয়ভাৱে কটকটীয়া কৰি তোলা হৈছে সৰ্বদিশৰ নিৰাপত্তা। প্ৰধানমন্ত্ৰী হিচাপে ষষ্ঠবাৰলৈ দেশৰ পতাকা উত্তোলন কৰিব মোডীয়ে। পুৱা ৭.৩০ বজাত পতাকা উত্তোলনৰ পাছতে দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি