দুদিনীয়া ভ্ৰমণৰসূচীৰে ছিউলত কি কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

দুদিনীয়া ভ্ৰমণৰসূচীৰে ছিউলত কি কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
  • বৃহস্পতিবাৰৰ পৰা দুদিনীয়া ভ্ৰমণৰসূচীৰে দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
  • প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠানত লৈছে অংশ।
  • শুকুৰবাৰে মোদীয়ে পুষ্পাঞ্জলি অৰ্পণ কৰে কোৰিয়াৰ ৰাষ্ট্ৰীয় সমাধিস্থলত।
  • বৃহস্পতিবাৰে ছিউলৰ প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰিছিল প্ৰধানমন্ত্ৰীজনে।
  • মোদীয়ে প্ৰবাসী ভাৰতীয়সকলক কৈছিল– ২০১৪ চনৰ পৰা দ্ৰুতগতিত সলনি হৈছে ভাৰত।
  • ছিউলৰ অ'নছেই বিশ্ববিদ্যালয়ত প্ৰধানমন্ত্ৰী মোদীয়ে উন্মোচন কৰে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি।
  • ইফালে শুকুৰবাৰেও প্ৰধানমন্ত্ৰী মোদীয়ে অংশ ল'ব কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in