মহানগৰীত উপস্থিত প্ৰধানমন্ত্ৰী, জালুকবাৰীত ছাত্ৰ সমাজৰ ক’লা পতাকা প্ৰদৰ্শন… চাওঁক VIDEO

মহানগৰীত উপস্থিত প্ৰধানমন্ত্ৰী, জালুকবাৰীত ছাত্ৰ সমাজৰ ক’লা পতাকা প্ৰদৰ্শন… চাওঁক VIDEO
  • প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ কালছোৱাত মহানগৰীৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ।
  • ক'লা পতাকা প্ৰদৰ্শন কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত।
  • জালুকবাৰীস্থিত ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰৰ সন্মুখত ছাত্ৰ সমাজৰ ক'লা পতাকা প্ৰদৰ্শন।
  • মোডীৰ পুত্তলিকা দাহ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ জনায় গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে।
  • প্ৰধানমন্ত্ৰীৰ কনভয় উপস্থিত হোৱাৰ পূৰ্বেই বিজেপি মুৰ্দাবাদ ধ্বনিৰে উত্তাল হৈ পৰে জালুকবাৰী।
  • ইফালে বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হয় লতাশিলতো।
  • লতাশিলৰ শ্বহীদ ন্যাসত ক'লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
  • আছু কৰ্মীৰ 'জয় আই অসম' শ্ল'গান দি প্ৰতিবাদ সাব্যস্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in