শেহতীয়া খবৰ
বিষাক্ত সুৰাৰ হত্যালীলাঃ ১১ খুচুৰা দোকানী গ্ৰেপ্তাৰ, নিষিদ্ধ লালী গুড়, মুক্ত হৈ আছে পাইকাৰী বেপাৰী  •  অসম চুক্তিৰ বিশেষ দফাৰ প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ  •  মাজবাটত অবৈধ শিল-বালি ভৰ্তি তিনিখন ডাম্পাৰ সহ ১২ খনকৈ কাঠৰ চাইকেল জব্দ  •  যোৰহাটত বিষাক্ত সুৰা পান কৰি অসুস্থ হোৱাসকলৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী সোণোৱালে  •  অগ্নিগৰ্ভা অৰুণাচল, প্ৰতিবাদকাৰীয়ে জ্বলালে শিল্পীৰ সা-সামগ্ৰীৰ লগতে বৃহৎ সংখ্যক বাহন  •  ঝাৰখণ্ডত নক্সালবাদীৰ বিৰুদ্ধে আৰক্ষী-এছএছবিৰ অভিযান  •  ৰাজ্যজুৰি বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১০০ লৈ বৃদ্ধি...  •  বিজেপি-আৰ এছ এছে চাহ শ্ৰমিকে সুৰা সেৱন কৰাটো বিচাৰেঃ অখিল গগৈ  •  গোলাঘাটত বিষাক্ত সুৰাই প্ৰাণ ল'লে ৪৬ জনৰ, মৃত্যু হোৱা লোকৰ নাম...  •  বিধ্বংসী অগ্নিকাণ্ডত একেলগে জ্বলিল ১০০খন গাড়ী, চাওঁক VIDEO...

মহানগৰীত উপস্থিত প্ৰধানমন্ত্ৰী, জালুকবাৰীত ছাত্ৰ সমাজৰ ক’লা পতাকা প্ৰদৰ্শন… চাওঁক VIDEO

904
  • প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ কালছোৱাত মহানগৰীৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ।
  • ক’লা পতাকা প্ৰদৰ্শন কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত।
  • জালুকবাৰীস্থিত ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰৰ সন্মুখত ছাত্ৰ সমাজৰ ক’লা পতাকা প্ৰদৰ্শন।
  • মোডীৰ পুত্তলিকা দাহ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ জনায় গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে।
  • প্ৰধানমন্ত্ৰীৰ কনভয় উপস্থিত হোৱাৰ পূৰ্বেই বিজেপি মুৰ্দাবাদ ধ্বনিৰে উত্তাল হৈ পৰে জালুকবাৰী।
  • ইফালে বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হয় লতাশিলতো।
  • লতাশিলৰ শ্বহীদ ন্যাসত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
  • আছু কৰ্মীৰ ‘জয় আই অসম’ শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি