দেশ-বিদেশৰ পৰা প্ৰধানমন্ত্ৰী মোডীয়ে লাভ কৰিছে অভিনন্দন…

দেশ-বিদেশৰ পৰা প্ৰধানমন্ত্ৰী মোডীয়ে লাভ কৰিছে অভিনন্দন…
  • ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ টেলিগ্ৰাম।
  • লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ নৰেন্দ্ৰ মোডীক অভিনন্দন ৰাষ্ট্ৰপতিগৰাকীৰ।
  • বিজেপিৰ এই জয়ক ঐতিহাসিক জয় আখ্যা ভ্লাডিমিৰ পুটিনৰ।
  • ইফালে ভূটানৰ ৰজা জিগমি খেচাৰ নাগম্যেলেও টেলিফোনযোগে অভিনন্দন জনায় প্ৰধানমন্ত্ৰী মোডীক।
  • নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়েও ফোনযোগে অভিনন্দন জনায় নৰেন্দ্ৰ মোডীক।
  • আফগানিস্তানৰ ৰাষ্ট্ৰপতি আছৰফ ঘণীৰ অভিনন্দনসূচক টুইট।
  • টুইটত ভাৰতে পুনৰ এবাৰ এগৰাকী বলিষ্ঠ প্ৰধানমন্ত্ৰী লাভ কৰা বুলি মন্তব্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in