হাতত ঝাড়ু লৈ পুৱাৰে পৰা ব্যস্ত প্ৰধানমন্ত্ৰী, চাওঁক ভিডিঅ’

হাতত ঝাড়ু লৈ পুৱাৰে পৰা ব্যস্ত প্ৰধানমন্ত্ৰী, চাওঁক ভিডিঅ’

ডিজিটেল ডেস্কঃ আজি ব্যতিক্ৰমী ৰূপত দেখা পোৱা গ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। হাতত ঝাড়ু লৈ পুৱাই চাফাই অভিযানত ব্যস্ত হোৱা দেখা গ'ল মোডীক। দিল্লীৰ বাবা ছাহেব আম্বেদকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৱাই গৈ উপস্থিত হৈছিল মোডী।

তাৰপাছত এডাল ঝাড়ু লৈ বিদ্যালয় চৌহদত চাফাই অভিযানত নামিল প্ৰধানমন্ত্ৰীগৰাকী। 'স্বচ্ছতা হি সেৱা' অভিযানত এই দৰে মোডীয়ে অংশ লোৱা দেখা গ'ল। আনকি বিদ্যালয় চৌহদত পৰি থকা কাগজৰ টুকুৰা বুটলি মোডীয়ে পেলালে ডাষ্টবিনত। চাওঁক মোডীৰ চাফাই অভিযানৰ ভিডিঅ'-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in