শেহতীয়া খবৰ
শিৱসেনাৰ ভৱিষ্যৎবাণী- ২০১৯ত ২১০ খন আসন লাভ কৰিব বিজেপিয়ে  •  যোৰহাট আৰু লখিমপুৰ সমষ্টিত চিপিআইৰ প্ৰাৰ্থীৰ নাম ঘোষণা...  •  যোৰহাট আৰু লখিমপুৰ সমষ্টিত চিপিআইৰ প্ৰাৰ্থীৰ নাম ঘোষণা...  •  বিজেপিৰ নিৰ্বাচনী কমিটীৰ বৈঠক অব্যাহত, বিলম্ব হ’ব প্ৰাৰ্থী তালিকা ঘোষণাত  •  বিজেপিৰ নিৰ্বাচনী কমিটীৰ বৈঠক অব্যাহত, বিলম্ব হ’ব প্ৰাৰ্থী তালিকা ঘোষণাত  •  যোৰহাটত ১৪৪ ধাৰা জাৰি, দুচকীয়া বাহনত দুজন লোক উঠাত নিষেধাজ্ঞা প্ৰশাসনৰ  •  আছু এৰি বুধবাৰে অগপত যোগ দিব মণিমাধৱ মহন্তই  •  'অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্ক'ৰ বাতৰিৰ পাছতে কিয় হাহাকাৰ লাগিল জনতা ভৱনত... VIDEO  •  সন্মুখত নিৰ্বাচন, ৩ প্ৰধান ৰাজনৈতিক দলৰ কাৰ্যালয়ত ওলমি আছে তলা  •  সন্মুখত নিৰ্বাচন, ৩ প্ৰধান ৰাজনৈতিক দলৰ কাৰ্যালয়ত ওলমি আছে তলা

মোডীৰ ‘মে ভী চৌকীদাৰ’ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ মুকলি

159
  • প্ৰধানমন্ত্ৰীৰ ‘মে ভী চৌকীদাৰ’ অভিযানৰ মুকলি।
  • শনিবাৰে এটা ভিডিঅ’ টুইট কৰি বিজেপিৰ এই নিৰ্বাচনী প্ৰচাৰ অভিযানৰ মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
  • অহা ৩১ মাৰ্চত সমগ্ৰ দেশবাসীক ‘মে ভী চৌকীদাৰ’ অভিযানৰ জৰিয়তে সম্বোধন কৰিব মোডীয়ে।
  • উল্লেখ্য যে, অহা ১১ এপ্ৰিলৰ পৰা ১৯ মে’ পৰ্যন্ত মুঠ ৭ টা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন-২০১৯।
  • লোকসভা নিৰ্বাচনক লৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে বিজেপি, কংগ্ৰেছকে ধৰি সকলো ৰাজনৈতিক দল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি