শপত গ্ৰহণৰ পূৰ্বে পুৱাই অমিত শ্বাহৰ সৈতে নৰেন্দ্ৰ মোডীৰ পুনৰ বৈঠক

শপত গ্ৰহণৰ পূৰ্বে পুৱাই অমিত শ্বাহৰ সৈতে নৰেন্দ্ৰ মোডীৰ পুনৰ বৈঠক
  • দিল্লীৰ ৭ লোক কল্যাণ মাৰ্গত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহৰ বৈঠক।
  • কেন্দ্ৰীয় মন্ত্ৰীসভাত কোনে কোনে স্থান পাব সেই সন্দৰ্ভত বৈঠকত আলোচনাৰ সম্ভাৱনা।
  • এইবাৰ মন্ত্ৰীসভাত দেখিবলৈ পোৱা যাব পাৰে কেইবাখনো নতুন মুখ।
  • মন্ত্ৰীসভাত অমিত শ্বাহৰ নাম অন্তৰ্ভূক্ত হোৱাক লৈও চলিছে চৰ্চা।
  • আজি সন্ধিয়া ৰাষ্ট্ৰপতিভৱনত প্ৰধানমন্ত্ৰী ৰূপে শপত ল'ব নৰেন্দ্ৰ মোডীয়ে।
  • শপত গ্ৰহণৰ পূৰ্বেই বিজেপিৰ অধ্যক্ষ গৰাকীৰ সৈতে তেওঁ মিলিত হয় বৈঠকত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in