শেহতীয়া খবৰ
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...  •  “আপোনাৰ পৰা একো আশা নকৰো..” অনুচ্ছেদ ৩৭০ক লৈ ওমৰ আব্দুল্লাৰ প্ৰতুত্যৰ ৰবি শংকৰ প্রসাদক …

সুশান্ত সিং ৰাজপুত আত্মহত্যা-ড্ৰাগছ গোচৰঃ সোধ-পোছৰ পাছত দীপিকা পাডুকনৰ ম’বাইল ছীজ…

300

ডিজিটেল ডেস্কঃ সুশান্ত সিং ৰাজপুত আত্মহত্যা আৰু ড্ৰাগছৰ গোচৰত তদন্ত অব্যাহত ৰাখিছে এনচিবিয়ে। শনিবাৰে নিশা এনচিবিয়ে দীপিকা পাডুকন, ছাৰা আলী খান আৰু শ্ৰদ্ধা কাপুৰক কেইবা ঘন্টা ধৰি কৰে সোধ-পোছ। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, সোধ-পোছ কৰাৰ পাছত অভিনেত্ৰী কেইগৰাকীৰ ম’বাইল ছীজ কৰে।

জানিব পৰা মতে, তেওঁলোকৰ ফোনৰ পৰা ডাটা ৰিকভাৰ কৰা আৰু তদন্ত কৰা হ’ব। উল্লেখ্য যে, ইয়াৰ পূৰ্বে শ্বাহ, মধু মান্টেনা আৰু ধ্ৰুৱৰো ফোন ছীজ কৰা হৈছিল। এনচিবিয়ে শ্ৰুতি মোডীৰো ফোন ছীজ কৰিছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি