শেহতীয়া খবৰ
ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৮জনে হেৰুৱালে প্ৰাণ, মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ বৃদ্ধি...  •  অসমত আকৌ ২০৭৩জনৰ কোভিড পজিটিভ...  •  ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক...  •  দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...

শুকুৰবাৰে পুৱা ৯ বজাৰ পৰা মোবাইলত পাব ইন্টাৰনেট সেৱা!

522
  • শুকুৰবাৰে পুৱা ৯ বজাৰ পিছত ৰাজ্যত উপলব্ধ হ’ব মোবাইল ইন্টাৰনেট সেৱা।
  • বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় সংবাদমাধ্যমক জনালে এই কথা।
  • উল্লেখ্য যে, ইন্টাৰনেট সেৱা বন্ধ কৰাৰ বিৰুদ্ধে কেবাখনো ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰা হৈছিল ন্যায়ালয়ত।
  • ৰাজ্য চৰকাৰক বৃহস্পতিবাৰে বিয়লি ৫ বজাৰ ভিতৰত ইন্টাৰনেট সেৱা উপলব্ধ কৰিবলৈ ন্যায়ালয়ে দিছিল নিৰ্দেশ।
  • সেই নিৰ্দেশ পুনৰ বিবেচনাৰ আবেদন জনাইছিল ৰাজ্য চৰকাৰে।
  • অৱশ্যে দেশৰ অন্যান্য প্ৰান্তত সৃষ্টি হোৱা পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত সলনি হোৱাৰ সম্বাৱনাও নথকা নহয়।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি