শুকুৰবাৰে পুৱা ৯ বজাৰ পৰা মোবাইলত পাব ইন্টাৰনেট সেৱা!

শুকুৰবাৰে পুৱা ৯ বজাৰ পৰা মোবাইলত পাব ইন্টাৰনেট সেৱা!
  • শুকুৰবাৰে পুৱা ৯ বজাৰ পিছত ৰাজ্যত উপলব্ধ হ'ব মোবাইল ইন্টাৰনেট সেৱা।
  • বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় সংবাদমাধ্যমক জনালে এই কথা।
  • উল্লেখ্য যে, ইন্টাৰনেট সেৱা বন্ধ কৰাৰ বিৰুদ্ধে কেবাখনো ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰা হৈছিল ন্যায়ালয়ত।
  • ৰাজ্য চৰকাৰক বৃহস্পতিবাৰে বিয়লি ৫ বজাৰ ভিতৰত ইন্টাৰনেট সেৱা উপলব্ধ কৰিবলৈ ন্যায়ালয়ে দিছিল নিৰ্দেশ।
  • সেই নিৰ্দেশ পুনৰ বিবেচনাৰ আবেদন জনাইছিল ৰাজ্য চৰকাৰে।
  • অৱশ্যে দেশৰ অন্যান্য প্ৰান্তত সৃষ্টি হোৱা পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত সলনি হোৱাৰ সম্বাৱনাও নথকা নহয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in