দুৰ্ঘটনাত পতিত মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ অধ্যক্ষ ৰাজ ঠাকৰেৰ কনভয়

দুৰ্ঘটনাত পতিত মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ অধ্যক্ষ ৰাজ ঠাকৰেৰ কনভয়
  • দুৰ্ঘটনাত পতিত মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ অধ্যক্ষ ৰাজ ঠাকৰেৰ কনভয়।
  • নবী মুম্বাইৰ চানপাডাত দুৰ্ঘটনাত পতিত হয় নেতাগৰাকীৰ বাহন।
  • লোনাভালাৰ পৰা একবীৰা দেৱী দৰ্শন কৰি অহাৰ পিছতে সংঘটিত হয় দুৰ্ঘটনা।
  • নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনে খুন্দা মাৰে পথৰ দাঁতিৰ বেৰিকেডত।
  • দুৰ্ঘটনাত কোনো লোক হতাহত হোৱাৰ বিষয়ে জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in