বিধায়ক নাৰায়ণ ডেকাৰ পুত্ৰও আক্ৰান্ত কোৰোনাত…

বিধায়ক নাৰায়ণ ডেকাৰ পুত্ৰও আক্ৰান্ত কোৰোনাত…
  • বিধায়ক নাৰায়ণ ডেকাৰ পুত্ৰ কপিলাক্ষ্য কাশ্যপো কোৰোনাত আক্ৰান্ত।
  • বিধায়ক আবাসৰ ১৩ গৰাকী লোকৰ কৰা হৈছিল স্বাৱ টেষ্ট।
  • ৬ দিন পুৰ্বে নাৰায়ণ ডেকাই ঘুৰিছিল নিজ সমষ্টিত
  • মঙলবাৰে কিছু অসুস্থ অনুভৱ কৰাত বিধায়ক নাৰায়ণ ডেকাই কৰাইছিল স্বাৱ টেষ্ট।
  • সেই টেষ্টতে তেওঁৰ কোৰোনাৰ ৰিজাল্ট আহে পজিটিভ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in