পুৱতি নিশা ধিঙৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ…

পুৱতি নিশা ধিঙৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ…
  • ধিঙৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ।
  • মঙলবাৰে পুৱতি নিশা নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিধায়ক আমিনুল ইছলামক
  • সোমবাৰে নিশা আৰক্ষীয়ে সোধা-পোছাৰ বাবে ঘৰৰ পৰা লৈ আনিছিল বিধায়কজনক
  • নিশা নগাঁও আৰক্ষীয়ে সোধা-পোছা কৰে বিধায়কজনক।
  • নিজামুদ্দিন মাৰ্কাজৰ পৰা কোৰোনা সংক্ৰমণক লৈ কৰিছিল বিধায়কজনে কৰিছিল বিতৰ্কিত মন্তব্য
  • সোধা-পোছাৰ অন্তত নগাঁও থানাতেই গ্ৰেপ্তাৰ কৰা হয় বিধায়ক আমিনুল ইছলামক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in