শেহতীয়া খবৰ
জাজৰি উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ কেন্দ্ৰত বহিঃৰাজ্যৰ পৰা অহা পৰা অহা ৮০লোকক কোৱাৰেণ্টাইন... • অৰুণাচল প্ৰদেশত পুনৰ বৃদ্ধি কোৰোনা ৰোগীৰ সংখ্যা... • নগাঁও চহৰত নিশা যুৱকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা, আৰক্ষীৰ শূন্যলৈ গুলী চালনা... • মুপা আৰু মাইবাং ষ্টেচনৰ মাজত ব্যাহত ৰেল সেৱা... • বৰ্ণ বৈষম্যতা! আৰক্ষীৰ হাতত কৃষ্ণাংগৰ মৃত্যুক লৈ ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ হাজাৰ হাজাৰ জনতাৰ... • ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ প্ৰথমটো স্বাস্থ্যকৰ্মীৰ দলক কোৱাৰেণ্টাইন... • নাৰায়ণপুৰৰ কোৱাৰেন্টাইন চেন্টাৰত উত্তপ্ত পৰিস্থিতি...VIDEO • মেট্ৰিক-হাইমাদ্ৰাছাৰ ফলাফল লাভ কৰিব কোন কেইটা ৱেবছাইটত... পঢ়ক সবিশেষ... • ভাৰতত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ২ লাখৰো অধিকলৈ বৃদ্ধি... • বকোত ওলাল দ্বিতীয়গৰাকী কোভিড-১৯ত আক্ৰান্ত লোক...

পুৱতি নিশা ধিঙৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ…

607
  • ধিঙৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ।
  • মঙলবাৰে পুৱতি নিশা নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিধায়ক আমিনুল ইছলামক
  • সোমবাৰে নিশা আৰক্ষীয়ে সোধা-পোছাৰ বাবে ঘৰৰ পৰা লৈ আনিছিল বিধায়কজনক
  • নিশা নগাঁও আৰক্ষীয়ে সোধা-পোছা কৰে বিধায়কজনক।
  • নিজামুদ্দিন মাৰ্কাজৰ পৰা কোৰোনা সংক্ৰমণক লৈ কৰিছিল বিধায়কজনে কৰিছিল বিতৰ্কিত মন্তব্য
  • সোধা-পোছাৰ অন্তত নগাঁও থানাতেই গ্ৰেপ্তাৰ কৰা হয় বিধায়ক আমিনুল ইছলামক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি