সুৰামুক্ত ৰাজ্য হ’ব মিজোৰাম…

সুৰামুক্ত ৰাজ্য হ’ব মিজোৰাম…
  • উত্তৰ-পূবৰ দ্বিতীয়খন সুৰামুক্ত ৰাজ্য হোৱাৰ পথত মিজোৰাম।
  • কেবিনেটে অনুমোদন জনাইছে সুৰামুক্ত বিধেয়কত।
  • অহা বাজেট অধিবেশনত উত্থাপিত হ'ব এই বিধেয়ক।
  • ২০ মাৰ্চৰ পৰা আছে মিজোৰাম বিধানসভা বাজেট অধিৱেশন।
  • সেই অধিৱেশনতেই গৃহীত হ'ব এই বিধেয়ক।
  • শুকুৰবাৰে অনুষ্ঠিত কেবিনেট বৈঠকতে এই বিধেয়কত অনুমোদন জনোৱা হয়।
  • মিজোৰামৰ মুখ্য মন্ত্ৰী জোৰাম থাংগাৰ উদ্যোগত অনা হৈছে এই বিধেয়ক।
  • মিজো নেশ্যনেল ফ্ৰন্টে বিধানসভা নিৰ্বাচনত ৰাজ্যখনক সম্পূৰ্ণৰূপে সুৰামুক্ত কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল।
  • সেই প্ৰতিশ্ৰুতি অনুসৰিয়েই এই বিধেয়ক বিধানসভাত উত্থাপন কৰিব জোৰাম থাংগাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in