শেহতীয়া খবৰ
৮ বছৰে সম্পূৰ্ণ নহ'ল ৰৌতা-ওদালগুৰি সংযোগী পথ...  •  পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...  •  এন‌আৰচিৰ বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO  •  শিলচৰ ষ্টেচনত ৰে’লৰ শৌচালয়ত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ...  •  হাইলাকান্দিত ১০ কোটি টকাৰ হীৰাসহ দুগৰাকী মহিলাক গ্ৰেপ্তাৰ...

সুৰামুক্ত ৰাজ্য হ’ব মিজোৰাম…

299
  • উত্তৰ-পূবৰ দ্বিতীয়খন সুৰামুক্ত ৰাজ্য হোৱাৰ পথত মিজোৰাম।
  • কেবিনেটে অনুমোদন জনাইছে সুৰামুক্ত বিধেয়কত।
  • অহা বাজেট অধিবেশনত উত্থাপিত হ’ব এই বিধেয়ক।
  • ২০ মাৰ্চৰ পৰা আছে মিজোৰাম বিধানসভা বাজেট অধিৱেশন।
  • সেই অধিৱেশনতেই গৃহীত হ’ব এই বিধেয়ক।
  • শুকুৰবাৰে অনুষ্ঠিত কেবিনেট বৈঠকতে এই বিধেয়কত অনুমোদন জনোৱা হয়।
  • মিজোৰামৰ মুখ্য মন্ত্ৰী জোৰাম থাংগাৰ উদ্যোগত অনা হৈছে এই বিধেয়ক।
  • মিজো নেশ্যনেল ফ্ৰন্টে বিধানসভা নিৰ্বাচনত ৰাজ্যখনক সম্পূৰ্ণৰূপে সুৰামুক্ত কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল।
  • সেই প্ৰতিশ্ৰুতি অনুসৰিয়েই এই বিধেয়ক বিধানসভাত উত্থাপন কৰিব জোৰাম থাংগাই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি