মিজোৰামৰ গৃহ বিভাগৰ প্ৰধান সচিবক আয়োগৰ অপসাৰণ

  • মিজোৰাম চৰকাৰলৈ নিৰ্বাচনী আয়োগৰ পত্ৰ।
  • ৰাজ্যখনৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ।
  • ৰাজ্যখনৰ গৃহ বিভাগৰ প্ৰধান সচিব চুৱাংগ'ক বদলিৰ সিদ্ধান্ত আয়োগৰ।
  • বিষয়াজনৰ যোৱা দুমাহৰ কাম-কাজক লৈ সন্তুষ্ট নহয় দেশৰ নিৰ্বাচন আয়োগ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in