মিজোৰামত এম এন এফৰ প্ৰাৰ্থীয়ে বিলালে মিঠাই

মিজোৰামত এম এন এফৰ প্ৰাৰ্থীয়ে বিলালে মিঠাই
  • মিজোৰামত এম এন এফৰ কৰ্মী-সমৰ্থকৰ মাজত উৎসাহৰ ঢল।
  • এম এন এফৰ কাৰ্যালয়ত মিঠাই বিতৰণ কৰিছে দলটোৰ সমৰ্থকে।
  • ৪০জনীয়া মিজোৰাম বিধানসভাৰ ২৭খন আসনতে এম এন এফৰ প্ৰাৰ্থীৰ অগ্ৰগতি।
  • ৮খন আসনত কংগ্ৰেছৰ অগ্ৰগতি।
  • এখন আসনত আগবাঢ়ি আছে বিজেপি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in