শেহতীয়া খবৰ
পুলৱামা কাণ্ডক লৈ ছ’চিয়েল মিডিয়াত ৰাজ্যপালৰ বিতৰ্কিত মন্তব্য  •  সাংস্কৃতিক কৰ্মী ভাস্কৰ দত্তৰ মৃত্যুত শিৱসাগৰত গভীৰ শোক  •  ডাইনী সন্দেহত কোকৰাঝাৰত একে পৰিয়ালৰ ৩ সদস্যক আক্ৰমণ  •  কেবিনেটৰ অনুমোদন, অতীত হ’ব তিনি তালাক  •  ডিব্ৰুগড়ৰ লক্ষীনগৰত ৰে’ল খুন্দাত নিহত মাতৃ-কন্যা  •  পুলৱামা ঘটনাক লৈ কি প্ৰতিক্ৰিয়া প্ৰতিৰক্ষা মন্ত্ৰীৰ  •  পুলৱামা ঘটনাক লৈ কি প্ৰতিক্ৰিয়া প্ৰতিৰক্ষা মন্ত্ৰীৰ  •  ৰাণা গোস্বামীক এ আই চি চিৰ সম্পাদক নিযুক্তি  •  কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে সুখবৰ...  •  ডিব্ৰুগড়ৰ লক্ষীনগৰত ৰে’লৰ খুন্দাত প্ৰাণ গ’ল পাঁচ বছৰীয়া কন্যাৰ লগতে মাতৃৰ...

মিজোৰাম কংগ্ৰেছত বিসম্বাদ! গৃহমন্ত্ৰী লালজিৰলিয়ানাৰ পদত্যাগ

75
  • মিজোৰামৰ গৃহমন্ত্ৰী আৰ লালজিৰলিয়ানাৰ পদত্যাগ।
  • বিসম্বাদৰ পৰিণতিত এই পদত্যাগৰ সিদ্ধান্ত গৃহমন্ত্ৰীজনৰ।
  • কংগ্ৰেছৰ চৰকাৰ আছিল মিজোৰামত।
  • ২০১৩চনত শাসনলৈ আহিছিল কংগ্ৰেছ দল।
  • মন্ত্ৰীগৰাকীলৈ কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰিছিল মিজোৰাম চৰকাৰে।
  • তেওঁক কেবাটাও ৰাজনৈতিক দলে বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে যোগ দিবলৈ নিমন্ত্ৰণ কৰা বুলি মন্তব্য কৰিছিল।
  • তাৰ পাছতেই মিজোৰাম প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি তথা গৃহমন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছিল কাৰণ দৰ্শোৱা জাননী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি