মিজোৰাম কংগ্ৰেছত বিসম্বাদ! গৃহমন্ত্ৰী লালজিৰলিয়ানাৰ পদত্যাগ

মিজোৰাম কংগ্ৰেছত বিসম্বাদ! গৃহমন্ত্ৰী লালজিৰলিয়ানাৰ পদত্যাগ

  • মিজোৰামৰ গৃহমন্ত্ৰী আৰ লালজিৰলিয়ানাৰ পদত্যাগ।
  • বিসম্বাদৰ পৰিণতিত এই পদত্যাগৰ সিদ্ধান্ত গৃহমন্ত্ৰীজনৰ।
  • কংগ্ৰেছৰ চৰকাৰ আছিল মিজোৰামত।
  • ২০১৩চনত শাসনলৈ আহিছিল কংগ্ৰেছ দল।
  • মন্ত্ৰীগৰাকীলৈ কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰিছিল মিজোৰাম চৰকাৰে।
  • তেওঁক কেবাটাও ৰাজনৈতিক দলে বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে যোগ দিবলৈ নিমন্ত্ৰণ কৰা বুলি মন্তব্য কৰিছিল।
  • তাৰ পাছতেই মিজোৰাম প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি তথা গৃহমন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছিল কাৰণ দৰ্শোৱা জাননী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in