শেহতীয়া খবৰ
আন্তঃৰাষ্ট্ৰীয় কংফু গেম ২০২১ত সোণৰ পদক অৰ্জন বকোৰ বিতোপন বড়োৰ...  •  নগাওঁ আৰক্ষীৰ অভিযানঃ বুজন পৰিমানৰ ড্ৰাগছ উদ্ধাৰ, দুগৰাকী মহিলাসহ তিনিজন আৰক্ষীৰ জালত...  •  অসমত পুনৰ ১২৪জন কোৰোনাত আক্ৰান্তঃ পজিটিভিটী হাৰ ০.৪৪ শতাংশ, ৩ জনে হেৰুৱাইছে প্ৰাণ...  •  বকোত ছমৰীয়া শাখা ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ আত্মাৰ চিৰশান্তিৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...  •  ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেডৰ বিৰুদ্ধে অবৈধভাৱে ভূমি অধিগ্ৰহণৰ অভিযোগ জীপাল কৃষক শ্ৰমিক সংঘৰ, উপায়ুক্তলৈ প্ৰেৰণ স্মাৰকপত্ৰ...  •  গোৱালপাৰাত দুখন বাহনৰ মুখামুখি সংঘৰ্ষ, নিহত ৫জন লোক...  •  বোকাখাতত ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে মহিলাই...  •  ভাৰতীয় ৰে’লৱে মাল গুদাম শ্ৰমিক সংঘৰ ধেমাজি জিলা গোট চিতৰ উদ্যোগত ৰে’লৱে শ্ৰমিকৰ ই-শ্ৰম পঞ্জীয়নৰ...  •  এগৰাকী দুৰ্ভগীয়া আইতাৰ কৰুণ কাহিনী, বিচাৰিছে চৰকাৰৰ সহায়...  •  স্বাধীনতা দিৱস কাপঃ বঙাইগাঁও ইলেভেন কোৱাৰ্টাৰ ফাইনেলত...

নতুন দিল্লীত মিজোৰামৰ মুখ্যমন্ত্ৰীৰে হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক সমাপ্ত…

  • নতুন দিল্লীত মিজোৰামৰ মুখ্যমন্ত্ৰী জৰাম থাংগা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক সমাপ্ত।
  • বৈঠকত উপস্থিত থাকে মন্ত্ৰী অতুল বৰাৰ লগতে বিষয়াবৰ্গসকল।
  • মিজোৰামৰ মুখ্যমন্ত্ৰী জৰাম থাংগাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়- “অতীতৰ মধুৰ সু-সম্পৰ্ক আৰু ঐতিহাসিক পৰম্পৰাক আগুৱাই অসম আৰু মিজোৰাম বন্ধুত্বপুৰ্ণ সম্পৰ্কৰে আগুৱাই যাব “
  • উল্লেখ্য যে, নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰে শুকুৰবাৰে আলোচনাত বহিব দুয়োজন মুখ্যমন্ত্ৰী।
  • হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া- “ মিজোৰামৰ মুখ্যমন্ত্ৰী জৰাম থাংগা আৰু মই দুয়োজন পুৰণি বন্ধু “
  • আজি আমি একেলগে নৈশ আহাৰ গ্ৰহণ কৰিলো।
  • শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে আমি আলোচনাত বহিম।
  • কবি সনন্ত তাঁতীৰ মৃত্যুত মই শোক প্ৰকাশ কৰিছো।
  • পৰিয়ালৰ লগতে মই অসমবাসীৰ শোকৰ সমভাগী হৈছো।
  • অসম ভৱন কৰ্তৃপক্ষক তেখেতৰ নশ্বৰ দেহ অসমলৈ অনাৰ ব্যৱস্থা কৰিবলৈ যাৱতীয় নিৰ্দেশ দিছো।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি