মিজোৰামৰ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ, উপস্থিত থাকিব প্ৰফুল্ল মহন্ত, অতুল বৰা, কেশৱ মহন্ত

মিজোৰামৰ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ, উপস্থিত থাকিব প্ৰফুল্ল মহন্ত, অতুল বৰা, কেশৱ মহন্ত
  • শনিবাৰে মিজোৰামৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব জোৰামথাংগাই৷
  • মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব কেইবাগৰাকীও বিশিষ্ট নেতাই৷
  • শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই৷
  • অনুষ্ঠানত অংশ ল'ব অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তি৷
  • মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত ভাগ ল'ব অগপৰ সভাপতি অতুল বৰা আৰু কেশৱ মহন্তইও৷
  • সদ্য ঘোষিত মিজোৰামৰ বিধানসভা নিৰ্বাচনত সংখ্যগৰিষ্ঠতা লাভ কৰিছিল মিজো নেশ্যনেল ফ্ৰ'ন্টে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in