ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা…

ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা…
  • বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া দিল্লীৰ ত্ৰিপাক্ষিক বৈঠক বাতিল।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তলব কৰা স্বত্বেও দিল্লী নাযায় মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা।
  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীগৰাকীক দিল্লীলৈ মাতি পঠিয়াইছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
  • কোৰোনা ৰোগীৰ সংস্পৰ্শলৈ আহি কোৱাৰেন্টাইন হৈ থকা বুলি জনাই মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in