দিল্লী বিধানসভা নিৰ্বাচনঃ ৰোড শ্ব’ত অংশ লৈ গণৰাজ্যৰ দিৱসৰ দিনাই নিৰ্বাচনী প্ৰচাৰ চলালে অমিত শ্বাহে…

দিল্লী বিধানসভা নিৰ্বাচনঃ ৰোড শ্ব’ত অংশ লৈ গণৰাজ্যৰ দিৱসৰ দিনাই নিৰ্বাচনী প্ৰচাৰ চলালে অমিত শ্বাহে…
  • দিল্লীত নিৰ্বাচনী প্ৰচাৰ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ।
  • গোন্দা এলেকাত গণৰাজ্য দিৱসৰ দিনা ৰোড শ্ব'ত অংশ ল'লে অমিত শ্বাহে।
  • বিজেপিৰ এই নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত উপস্থিত দিল্লী বিজেপিৰ সভাপতি মনোজ তিৱাৰীও।
  • গোন্দা বিধানসভা সমষ্টিৰ পৰা বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে অজয় মহাৱটক।
  • ৰোড শ্ব'ত অংশ লৈ দিল্লীত এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি দাবী অমিত শ্বাহৰ।
  • ৰোড শ্ব'ত অংশ হাজাৰোধিক বিজেপি সমৰ্থকৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in