কালো নদীত গা ধুবলৈ গৈ সন্ধানহীন কিশোৰী…

কালো নদীত গা ধুবলৈ গৈ সন্ধানহীন কিশোৰী…
  • মানকাচৰৰ জোৰডাঙ্গাত ১১ বছৰীয়া কিশোৰী কালো নদীত সন্ধানহীন।
  • মাতৃ আৰু ভন্টিৰ সৈতে কালো নদীত গা ধুবলৈ নামিছিল কিশোৰীগৰাকী।
  • গা ধুবলৈ যোৱা মাতৃৰ সৈতে দুই কিশোৰী প্ৰথমে নদীত নিখোজ হৈ পৰে।
  • ৰাইজে কোনোমতে মাতৃ মজিমা খাতুন আৰু ভন্টি ছানিয়া খাতুনক (১০) উদ্ধাৰ কৰে।
  • এতিয়াও সন্ধাহীন হৈ আছে ১১ বছৰীয়া মুক্তাৰ ভানু।
  • ইতিমধ্যে উদ্ধাৰৰ বাবে উপস্থিত হৈছে আৰক্ষী, এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ দল।
  • কিশোৰীগৰাকীৰ উদ্ধাৰৰ বাবে চলি আছে অভিযান।
  • মানকাচৰৰ কালো নদীৰে মেঘালয়ৰ গাৰো পাহাৰৰ পৰা পানী নামি আহে।
  • নতুন পানীত গা ধুবলৈ গৈ এই অঘটন হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in