পশ্চিম বংগত ভোটগ্ৰহণ কেন্দ্ৰৰ পৰাই সন্ধানহীন ন’ডাল নিৰ্বাচন বিষয়া

পশ্চিম বংগত ভোটগ্ৰহণ কেন্দ্ৰৰ পৰাই সন্ধানহীন ন’ডাল নিৰ্বাচন বিষয়া
  • পশ্চিম বংগত ভোটগ্ৰহণ কেন্দ্ৰৰ পৰাই সন্ধান ন'ডাল নিৰ্বাচন বিষয়া।
  • বৃহস্পতিবাৰে অনুষ্ঠিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ কালৰ পৰাই সন্ধানহীন হৈ আছে বিষয়াগৰাকী।
  • বিপ্ৰদাস চৌধুৰী পলিটেকনিক কলেজত কৰ্তব্যৰত আছিল ন'ডাল নিৰ্বাচন বিষয়া অৰ্ণৱ ৰয়।
  • ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম আৰু ভিভিএপিটিৰ পৰ্যবেক্ষকৰ দায়িত্বত আছিল তেওঁ।
  • দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পিছতে সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে।
  • তেওঁৰ ফোনটো তেওঁৰ সৈতে কোনো সংযোগ স্থাপন কৰিব পৰা হোৱা নাই।
  • ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in