মহানগৰীৰ ছয়মাইলত দুৰ্বৃত্তই হত্যা কৰিলে এগৰাকী পাচলি ব্যৱসায়ীক…

মহানগৰীৰ ছয়মাইলত দুৰ্বৃত্তই হত্যা কৰিলে এগৰাকী পাচলি ব্যৱসায়ীক…
  • মহানগৰীৰ ছয়মাইলত এক হত্যাকাণ্ড সংঘটিত হয় ।
  • দুৰ্বৃত্তই হত্যা কৰিলে এগৰাকী লোকক ।
  • শনিবাৰে নিশা ছয়মাইলৰ দ্বাৰন্ধা পথত সংঘটিত হয় এই ঘটনা ।
  • মৃত লোকজনৰ নাম জাহিদুল আলী ।
  • জাহিদুল আলী পেচাত এগৰাকী পাচলি ব্যৱসায়ী ।
  • দোকান বন্ধ কৰি ঘৰলৈ ওভতাৰ সময়ত সংঘটিত ঘটনা ।
  • দুৰ্বৃত্তই ডিঙি ৰেপি পথৰ দাঁতিত পেলাই থৈ যায় জাহিদুলক ।
  • পাৰিবাৰিক সংঘাতৰ ফলতেই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ।
  • পত্নীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in