শেহতীয়া খবৰ
দুখতো সুখ! 'কঙালী'ৰ বাবেইতো বিশেষতকৈয়ো বিশেষ অসমীয়া  •  কিয় বৰ্ণনাতীত সুস্বাদু হয় দুৰ্গোৎসৱৰ ভোগ, চাওঁক VIDEO  •  পানীৰ সন্ধান বিচাৰি বুধ গ্ৰহলৈ ব্ৰিটেইনৰ মহাকাশযান  •  ৰাম আমাৰ গৌৰৱ, নিৰ্মাণ হ’ব লাগিবই ৰাম মন্দিৰঃ মোহন ভাগৱত  •  বিমানৰ ভিতৰত বিমান সেৱিকাক অশ্লীল ইংগিত, আটক মদাহী যুৱক  •  বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে আনন্দ বজাৰ আৰক্ষীত এজাহাৰ দাখিল পপুলাৰ ফ্ৰ’ণ্ট অৱ ইণ্ডিয়াৰ  •  উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন ডি তিৱাৰী আৰু নাই  •  'নতুন প্ৰতিবিম্ব' কাকতৰ সাংবাদিকক অভিযন্তাৰ ভাবুকি, আজাৰ গৰিহণা  •  'নতুন প্ৰতিবিম্ব' কাকতৰ সাংবাদিকক অভিযন্তাৰ ভাবুকি, আজাৰ গৰিহণা  •  মৰিগাঁৱত পথ দুৰ্ঘটনা, নিহত ২জন

এছিয়ান গেমছলৈ নাযায় ভাৰোত্তোলক মীৰাবাই চানু!

292

ডিজিটেল ডেস্কঃ ভাৰতৰ ক্ৰীড়াপ্ৰেমীসকলৰ বাবে এক দুঃখবৰ। অহা ১৮ আগষ্টৰ পৰা ২ ডিচেম্বৰৰ লৈকে ইণ্ডোনেছিয়াৰ জাৰ্কাটা আৰু পালেম্বোগ চহৰত অনুষ্ঠিত হ’ব লগা এছিয়ান গেমছত ভাগ ল’ব নোৱাৰিব বিশ্ব চেম্পিয়ন ভাৰোত্তোলক মীৰাবাই চানুয়ে। পিঠিৰ বিষৰ বাবে খেলুৱৈগৰাকীয়ে এই প্ৰতিযোগিতাৰ পৰা আতৰি থাকিব লাগিব।

ইতিমধ্যে তেওঁ ভাৰতীয় ভাৰত্তোলক সংস্থাক পত্ৰৰ যোগেদি এই কথা জনাইছে। অৱশ্যে তেওঁ জনায় যে, অহা নৱেম্বৰ মাহৰ পৰা হ’ব লগা অলিম্পিকৰ যোগ্যতা অৰ্জনকাৰী খেলৰ বাবে তেওঁ নিজকে প্ৰস্তুত কৰাত ব্যস্ত থাকিব।

উল্লেখযোগ্য যে, মনিপুৰৰ এই খেলুৱৈগৰাকীয়ে যোৱা বছৰৰ নৱেম্বৰত হোৱা বিশ্ব চেম্পিয়নশ্বিপত ৪৮ কিঃগ্ৰাঃ শাখাত ভাৰতৰ হৈ স্বৰ্ণ পদক লাভ কৰিছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি