শেহতীয়া খবৰ
দেখা পালে কি হ’ব! সেয়ে ট্ৰাম্পৰ আগমণৰ পূৰ্বেই খালী কৰা হ’ল আহমেদাবাদৰ বস্তি অঞ্চল...  •  কন্যাৰ বিয়ালৈ প্ৰধানমন্ত্ৰীক নিমন্ত্ৰণ জনোৱা ৰিক্সা চালক মংগল কেৱটৰ অৱশেষত পূৰণ হ’ল সপোন...  •  ২৩ বছৰীয়া বিবাহ বাৰ্ষিকীত আবেগিক হৈ পৰিল প্ৰিয়ংকা, ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে ফটো...  •  দেহত নাই কোৰোনা ভাইৰাছ, আনন্দত নাচি উঠিল যুৱতীঃ চাওক VIDEO  •  ক্ৰিকেটৰ খেলপথাৰত নহয়, এইবাৰ ইনষ্টাগ্ৰামতো অভিলেখ বিৰাট কোহলীৰ...  •  ধাৰা ৩৭০ বাতিলৰ পিছত মোডীক সমালোচনা কৰা বৃটিছ সাংসদক বিমান বন্দৰতে আৱদ্ধ, উভতাই পঠিওৱা হ’ল ডুবাইলৈ  •  বিশিষ্ট চলচ্ছিত্ৰ প্ৰযোজক প্ৰাঞ্জল ভৰালী আৰু নাই...  •  পুৰণিগুদামৰ BKB মহাবিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাঃ উপস্থাপন হ'ল অভিজিৎ-নিলোৎপলৰ হত্যাকাণ্ড...  •  উৰণীয়া সেতুৰ পৰা বাগৰি পৰিল দ্ৰুতবেগী বাহন, নিহত ১, আহত ৫  •  বন্ধ হ’ব ভোডাফোন আইডিয়া...

পানী খোজাৰ চলেৰে ঘৰত প্ৰৱেশ কৰি কিশোৰীক বলাৎকাৰ…

1,742
  • কেৰালাত বলাৎকাৰৰ বলি কিশোৰী।
  • কেৰালাৰ কোট্টায়ামৰ কানৰিপল্লীত ঘৰত প্ৰৱেশ কৰি কিশোৰীক বলাৎকাৰ পাষণ্ডৰ।
  • পানী খোজাৰ চলেৰে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল পাষণ্ডজনে।
  • সেই সময়ত ঘৰত অকলে আছিল কিশোৰীগৰাকী।
  • ইফালে কিশোৰীগৰাকীয়ে অভিভাৱকক সকলো কথা কোৱাৰ পিছত এখন এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে।
  • আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
  • অৱশ্যে পলাতক অভিযুক্তক এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি