পানী খোজাৰ চলেৰে ঘৰত প্ৰৱেশ কৰি কিশোৰীক বলাৎকাৰ…

পানী খোজাৰ চলেৰে ঘৰত প্ৰৱেশ কৰি কিশোৰীক বলাৎকাৰ…
  • কেৰালাত বলাৎকাৰৰ বলি কিশোৰী।
  • কেৰালাৰ কোট্টায়ামৰ কানৰিপল্লীত ঘৰত প্ৰৱেশ কৰি কিশোৰীক বলাৎকাৰ পাষণ্ডৰ।
  • পানী খোজাৰ চলেৰে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল পাষণ্ডজনে।
  • সেই সময়ত ঘৰত অকলে আছিল কিশোৰীগৰাকী।
  • ইফালে কিশোৰীগৰাকীয়ে অভিভাৱকক সকলো কথা কোৱাৰ পিছত এখন এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে।
  • আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
  • অৱশ্যে পলাতক অভিযুক্তক এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in