কোভিডত আক্ৰান্ত হ’ল মন্ত্ৰী পীযুষ হাজৰিকা…

ফাইল ফটো
ফাইল ফটো
  • কোভিডত আক্ৰান্ত হ'ল মন্ত্ৰী পীযুষ হাজৰিকা।
  • বৃহস্পতিবাৰে সন্ধিয়া কোভিড পৰীক্ষা কৰিছিল মন্ত্ৰীগৰাকীয়ে।
  • ইয়াৰ পিছতে তেওঁৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰে।
  • বৰ্তমান হোমা আইচ'লেচনত আছে মন্ত্ৰীগৰাকী।
  • শেহতীয়াকৈ দিল্লী ভ্ৰমণ কৰিছিল মন্ত্ৰীগৰাকীয়ে।
  • দিল্লীৰ অসম ভৱনত কোৰোনাত আক্ৰান্ত হৈছে আন ৬ গৰাকী ব্যক্তি।
  • ইয়াৰ পূৰ্বে গুৱাহাটীৰ সাংসদ কুইন ওজা আক্ৰান্ত হৈছিল কোভিডত।
  • ইফালে অসমত অমিক্ৰনত আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাইছে।
  • ৯ জনলৈ বৃদ্ধি পাইলে অমিক্ৰনত আক্ৰান্তৰ সংখ্যা।
  • ইয়াৰ ৩ জনে অৱশ্যে আৰোগ্য লাভ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in