শেহতীয়া খবৰ
তেজপুৰ বিশ্ববিদ্যলয়ৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল শিমলুগুৰিৰ নিলাক্ষী হাজৰিকা...  •  তেজপুৰ বিশ্ববিদ্যলয়ৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল শিমলুগুৰিৰ নিলাক্ষী হাজৰিকা...  •  পৰিবহন বিভাগত বিত্তীয় খেলিমেলি, মহানগৰীৰ ডিটিঅ’ সহ ৪জনক নিলম্বন...  •  কোৰোনাত আক্ৰান্ত বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক..  •  চলিত শিক্ষাবৰ্ষ ৩ মাহ বৃদ্ধিৰ প্ৰস্তাৱ মাধ্যমিক শিক্ষা বিভাগৰ...  •  ভয়ংকৰ দৃশ্য! মাজুলীত বাঁহৰ দলং ভাঙি পানীত বাগৰিল ২০ জন... VIDEO  •  কাশ্মীৰৰ পৰা সেনা জোৱানক অপহৰণ সন্ৰাসবাদীৰ...  •  বিমান যাত্ৰীসকলৰ বাবে দুঃখবৰ....  •  দুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৪জনৰ মৃত্যু...  •  মানকাচৰত পুনৰ ৩জনৰ দেহত কোভিড-১৯, জিলাখনত আক্ৰান্তৰ সংখ্যা ৭৮ জনলৈ বৃদ্ধি...

ফণীভূষণৰ দাবীঃ অগপই পাব ২খন আসন…

555

ডিজিটেল ডেস্কঃ এইবাৰ লোকসভা নিৰ্বাচনত অগপই ২ খন আসন পাব। সেয়া নিশ্চিত কৰিলে অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে। তেওঁ কয়- বৰপেটা সমষ্টিত জয়ী হ’ব অগপ প্ৰাৰ্থী। বিজেপিৰ সৈতে নিৰ্বাচনত মিত্ৰতা কৰি দলটোৱে যে ভাল কৰিলে তাৰ প্ৰমাণ ৰাইজে ২৩ মে’ত পাব।

ইফালে, অগপৰে মিত্ৰতা কৰি অসমৰ ১৪ টা সমষ্টিৰ ভিতৰত ৩খনত প্ৰতিদ্বন্দ্বিতা কৰা অগপ দলৰ বাবে ভাল ফলাফলক আহিব বুলি বিশ্বাসী চৌধুৰী। এই নিৰ্বাচনত অগপ-বিজেপি-বিপিএফৰ মিত্ৰজোঁটে ভাল ফলাফল লাভ কৰিব বুলি তেওঁ কয়। কংগ্ৰেছে ৫-৬খন আসন লাভ কৰিব বুলি দাবী সন্দৰ্ভত মন্তব্য কৰি ফণীভূষণ চৌধুৰীয়ে কয় যে- কোনো পধ্যেই কংগ্ৰেছে অসমত ইমান আসন লাভ নকৰে। কংগ্ৰেছে নিৰ্বাচনৰ আগত ক’ব লাগে বাবে এই দাবী কৰিছে বুলি কৈ ফণীভূষণ চৌধুৰীয়ে তেজপুৰত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ পৰাজয় হ’ব বুলিও ইংগিত দিয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি