মন্ত্ৰী যোগেন মহন ক’লা পতাকা প্ৰদৰ্শন…

ফাইল ফটো
ফাইল ফটো
  • নৱ নিযুক্ত মন্ত্ৰী যোগেন মহন ক'লা পতাকা প্ৰদৰ্শন।
  • ডিমৌত মন্ত্ৰীগৰাকীক প্ৰদৰ্শন কৰা হয় ক'লা পতাকা।
  • ডিমৌ নিতাই বৰবৰুৱা পথৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈছিল মন্ত্ৰীগৰাকী।
  • ডিমৌ আঞ্চলিক ছাত্র সন্থাই প্ৰদৰ্শন কৰে ক'লা পতাকা।
  • ইফালে প্ৰতিবাদকাৰীক গামোচা প্ৰদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in