বেলতলাৰ অগ্নিকাণ্ডত নিহত ২ শিশুৰ পৰিয়ালৰ কাষত উপস্থিত মন্ত্ৰী যোগেন মহন…

বেলতলাৰ অগ্নিকাণ্ডত নিহত ২ শিশুৰ পৰিয়ালৰ কাষত উপস্থিত মন্ত্ৰী যোগেন মহন…
  • বেলতলাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ দুটি শিশুৰ পৰিয়ালৰ কাষত উপস্থিত মন্ত্ৰী যোগেন মহন।
  • পৰিয়ালৰ কাষত উপস্থিত হৈ শোক ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে।
  • ৱায়াৰলেছৰ বশিষ্ঠপুৰ ১ নং উপ-পথত সংঘটিত হৈছিল এই অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত নিহত শিশু দুটিৰ নাম ক্ৰমে ঈশান গোস্বামী আৰু ইবন গোস্বামী।
  • উল্লেখ্য যে, কিছু সময় পাছতেই গুৱাহাটীত আহি উপস্থিত হ'বহি নিহত শিশু দুটিৰ পিতৃ।
  • কৰ্মসূত্ৰে শিৱসাগৰত বাস কৰে নিহত শিশু দুটিৰ পিতৃগৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in