কিছু সময়ৰ পিছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল, দিব নতুন খবৰ…

ফাইল ফটো
ফাইল ফটো
  • কিছু সময়ৰ পিছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।
  • কোৰোনা ভাইৰাছৰ সম্পৰ্কত আৰু তথ্য সদৰি কৰাৰ সম্ভাৱনা।
  • অসমত কোৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধিৰ আশংকা।
  • মন্ত্ৰীগৰাকীয়ে সদৰি কৰিব পাৰে কোৰোনাত অধিক লোকৰ আক্ৰান্তৰ খবৰ।
  • বৰ্তমান মন্ত্ৰীগৰাকী আছে জিএমচিএইচত।
  • জিএমচিএইচৰ পৰাই সংবাদমেল সম্বোধন কৰিব মন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in