শেহতীয়া খবৰ
এতিয়াও সন্ধানহীন কলিয়াভোমোৰা দলঙত দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকৰ হেণ্ডিমেন...  •  বাক্সাৰ খাগ্ৰাবাৰীত ভালুক উদ্ধাৰ...  •  দুটা পকা অমিতাৰ ওজন ৬ কেজি ১০০গ্ৰামঃ শিক্ষিত যুৱ খেতিয়কে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন...  •  হু ইজ প্ৰদীপ দত্ত ৰায়?  •  কৃষি খণ্ডৰ বিকাশৰ বাবে কৃষকৰ মাজত উন্নত মানৰ আলুৰ বীজ বিতৰন...  •  কৃষি মন্ত্ৰী অতুল বৰাৰ সমষ্টিত জীপাল কৃষক-শ্ৰমিক সংঘৰ অৱস্থান ধৰ্মঘট..  •  মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অগ্নিকাণ্ড...  •  ২৫৩ বছৰে অুষ্ঠিত হৈ আহিছে ন-লগোৱা উৎসৱঃ ১০-১১ আঘোণতো পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ'ব এই উৎসৱ...  •  ১১৮ বছৰীয়া শিক্ষানুষ্ঠানৰ উচুপনি শুনে কোনে? খালী হৈ আছে ৩৩ টা পদ, ছাত্ৰ-ছাত্ৰীৰ ছান্দা তুলি ভাড়াতীয়া শিক্ষকৰ জৰিয়তে পাঠগ্ৰহণ...  •  ১১৮ বছৰীয়া শিক্ষানুষ্ঠানৰ উচুপনি শুনে কোনে? খালী হৈ আছে ৩৩ টা পদ, ছাত্ৰ-ছাত্ৰীৰ ছান্দা তুলি ভাড়াতীয়া শিক্ষকৰ জৰিয়তে পাঠগ্ৰহণ...

আন্দোলনকাৰীসকলক অসমৰ জনতাই প্ৰত্যাখান কৰিছেঃ মন্ত্ৰী বিমল বৰা

ডিজিটেল সংবাদ নাৰায়ণপুৰ: অসমত আন্দোলনৰ নামত আন্দোলন হয়েই। সৰু কথা এটাতো দল-সংগঠনে আন্দোলন কৰে অসমত । অসমবাসী এতিয়া আন্দোলনৰ পক্ষত নাই । বৃহৎ নদীবান্ধক লৈ সম্প্ৰতি উত্তৰ অসমত গা কৰি উঠা বিভিন্ন দল সংগঠনৰ আন্দোলনক লৈ এইদৰে মন্তব্য কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাই ।

বিগত দুটা বছৰে অসমত আন্দোলনৰ নামত উন্নয়ন স্থবিৰ কৰা হ’ল বুলি মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে আন্দোলনকাৰী সকলক অসমৰ জনতাই ইতিমধ্যেই প্ৰত্যাখ্যান কৰিছে বুলি দাবী কৰে ।

উল্লেখ্য যে মন্ত্ৰী গৰাকীয়ে সোমবাৰে বিহপুৰীয়া সমষ্টি পৰিভ্ৰমণ কালত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই দৰে মন্তব্য কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি