শেহতীয়া খবৰ
শ্ৰমিকৰ পি এফক লৈ বঞ্চনা, গ্ৰেপ্তাৰ কাছাৰৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক  •  'পাকিস্তান মূৰ্দাবাদ' শ্ল'গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা...  •  গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক  •  'বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে'  •  জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা...  •  আইৰ মুখৰ ভাষা  •  ‘প্ৰথম প্ৰধানমন্ত্ৰী চৰ্দাৰ পেটেল হোৱা হ’লে দেশত কাশ্মীৰকলৈ সমস্যা নাথাকিল হেঁতেন’  •  ভাল খবৰ! ৰে’লৱে বিভাগত ওলাইছে চাকৰি, সবিশেষ...  •  কোকৰাঝাৰত বিপিএফৰ সভা, আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ সন্দৰ্ভত আলোচনা...  •  লোকসভা নিৰ্বাচন-২০১৯, অতুল বৰাৰ নেতৃত্বত ৰণকৌশল প্ৰস্তুত সমিতি গঠন অসম গণ পৰিষদৰ

দা লৈ মন্ত্ৰীলৈ চোঁচা! ক’ত দিলে ৰাইজে পহুখেদা? চাওঁক VIDEO

1,800

ডিজিটেল ডেস্কঃ এজন মন্ত্ৰী। ৰাজ্যখনৰ এজন শক্তিশালী মন্ত্ৰী তেওঁ। ১৮ নবেম্বৰত তেওঁ গৈছিল এক বিশেষ অঞ্চল পৰিদৰ্শনৰ বাবে। কিন্তু ৰাইজে মন্ত্ৰী গাড়ীকে সোমাব নিদিলে। মন্ত্ৰী গাড়ীত আক্ৰমণৰ বাবে খেদি আহিল ক্ষোভিত ৰাইজ। এজনে হাতত দা লৈ মন্ত্ৰীৰ গাড়ীতে মাৰিলে এটা ঘাপ। তাৰ পাছত আৰু মন্ত্ৰী ক’ত থাকে তাত! চতুৰ চালকে গাড়ীখন পিচুৱাই কোনোমতে মন্ত্ৰীৰ প্ৰাণ ৰক্ষা কৰিলে। এই কাণ্ড সন্দৰ্ভত আৰক্ষীয়ে শুকুৰবাৰে ৬জন লোকক আটক কৰিছে।

তামিলনাডুৰ মন্ত্ৰী অ’ এছ মানিয়ানৰ এই দশা হ’ল। মন্ত্ৰীজনে কিছুদিনৰ পূৰ্বে অহা গাজা ঘূৰ্ণিবতাহত ক্ষতিগ্ৰস্ত লোকৰ ক্ষয়ক্ষতিৰ বুজ ল’বলৈ গৈছিল। তেতিয়াই এই পশুখেদা খালে মন্ত্ৰীগৰাকীয়ে। সম্প্ৰতি পোহৰলৈ আহিছে এই ভিডিঅ’। চাওঁক মন্ত্ৰীক কেনেদৰে দিলে পহুখেদা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি