২ বছৰৰ ভিতৰত গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা সমাধান হ’ব- অশোক সিংঘাল…

২ বছৰৰ ভিতৰত গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা  সমাধান হ’ব- অশোক সিংঘাল…
  • গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান সন্দৰ্ভত মন্ত্ৰী অশোক সিংঘালৰ প্ৰতিক্ৰিয়া।
  • প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মৃগেন শৰণীয়াইও।
  • দুবছৰৰ ভিতৰত গুৱাহাটীত কৃত্রিম বান নিয়ন্ত্রণ হ'ব বুলি মন্তব্য মন্ত্ৰী অশোক সিংঘালৰ।
  • তিনিবছৰৰ সময় লোৱা হৈছিল ।
  • গুৱাহাটীৰ মেয়ৰ হিচাপে শপতগ্ৰহণ কৰিলে মৃগেণ শৰণীয়াই।
  • শপত গ্ৰহণ কৰিয়ে গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ সংকল্প।
  • তেওঁ ক'লে প্ৰথমে কৃত্ৰিম বানৰ সমস্যা সমাধান কৰি লওঁ।
  • শিলসাকো উচ্ছেদক লৈও মন্ত্ৰী অশোক সিংঘালৰ প্ৰতিক্ৰিয়া।
  • শিলসাকোত উচ্ছেদ চলিবই।
  • শিলসাকোত সংৰক্ষণৰ বাবে কৰা হ'ব ফেঞ্চিঙৰ ব্যৱস্থা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in