উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়- পুৰুষ বিষয়াৰ দৰে মহিলা বিষয়াইয়ো ল’ব পাৰিব সেনা বাহিনীৰ নেতৃত্ব

ফাইল ফটো
ফাইল ফটো
  • এতিয়াৰে পৰা ভাৰতীয় সেনাৰ মহিলা বিষয়াসকলেও পুৰুষৰ সমান্তৰালকৈ সেনাবাহিনীক নেতৃত্ব দিব পাৰিব।
  • উচ্চতম ন্যায়ালয়ে দিলে গুৰু্ত্বপূৰ্ণ ৰায়।
  • ভাৰতীয় সেনাৰ পুৰুষ বিষয়াৰে সৈতে মহিলাসকলেও লাভ কৰিব সম মৰ্যাদা আৰু সুবিধা।
  • অৱশ্যে তেওঁলোকক যুদ্ধক্ষেত্ৰলৈ যোৱাৰ অনুমতি দিয়া হ'বনে বৰ্তমানেও নিশ্চিত হোৱা নাই।
  • সোমবাৰে উচ্চতম ন্যায়ালয়ৰ ৰায়- তেওঁলোকৰ শাৰিৰীক বৈশিষ্টৰ সৈতে অধিকাৰৰ তুলনা নহয়।
  • এতিয়া মন সলনি কৰিবৰ হ'ল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in