শেহতীয়া খবৰ
খহনীয়াৰ কৱলত ৰহাৰ বিস্তৃত অঞ্চল, VIDEO  •  নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে মানি লোৱা নহ'বঃ বৃহস্পতিবাৰে ৰাজ্য উত্তাল কৰিব আছুসহ ৩০ সংগঠনে  •  দিল্লীত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক  •  বালিজুৰি-কাজিৰঙাত বন্যহস্তীৰ উপদ্ৰৱ, নিৰ্লিপ্ত বন বিভাগ  •  অসমবাসীৰ প্ৰতিবাদত সেও মানিলে কেন্দ্ৰীয় চৰকাৰে! বিক্ৰী নহয় এন আৰ এল...  •  অসমবাসীৰ প্ৰতিবাদত সেও মানিলে কেন্দ্ৰীয় চৰকাৰে! বিক্ৰী নহয় এন আৰ এল...  •  ওড়িশ্যাৰ নতুন ডিজিপি নিযুক্তি  •  ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ পঞ্চমখন প্ৰাৰ্থী তালিকা প্ৰকাশ...  •  ওৰাং-গেলাবিলত ১৮ ঘণ্টাৰ ভিতৰত চাৰিটাকৈ দুৰ্ঘটনাত নিহত ১০, আহত ৭  •  সিদ্ধাৰ্থৰ নতুন ছবি ‘মৰজাৱা’ই ৫দিনত উপাৰ্জন কৰিলে...

পাকিস্তানত অনুষ্ঠান পৰিৱেশন! মিকা সিঙক বয়কট এআইচিডব্লিউএৰ

713
  • বলীউডৰ গায়ক মিংকা সিঙক নিষিদ্ধ আৰু বয়কট অল ইণ্ডিয়া চিনে ৱৰ্কাৰ্ছ এচ’ছিয়েশ্যন (এআইচিডব্লিউএ)ৰ।
  • ভাৰতীয় ফিল্ম ইণ্ডাষ্ট্ৰীৰ পৰা বয়কট আৰু নিষিদ্ধ কৰা হয় গায়কজনক।
  • পাকিস্তানৰ কাৰাচীত অনুষ্ঠান পৰিৱেশন কৰা বাবেই মিকা সিঙৰ বিৰুদ্ধে এই সিদ্ধান্ত এআইচিডব্লিউএ-ৰ।
  • ৮ আগষ্টত কাৰাচীত এক অনুষ্ঠান পৰিৱেশন কৰিছিল মিকা সিঙে।
  • খবৰ অনুসৰি পাৰভেজ মুছাৰফৰ ঘনিষ্ঠই অনুষ্ঠিত কৰিছিল সেই অনুষ্ঠান।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি