পাকিস্তানত অনুষ্ঠান পৰিৱেশন! মিকা সিঙক বয়কট এআইচিডব্লিউএৰ

পাকিস্তানত অনুষ্ঠান পৰিৱেশন! মিকা সিঙক বয়কট এআইচিডব্লিউএৰ
  • বলীউডৰ গায়ক মিংকা সিঙক নিষিদ্ধ আৰু বয়কট অল ইণ্ডিয়া চিনে ৱৰ্কাৰ্ছ এচ'ছিয়েশ্যন (এআইচিডব্লিউএ)ৰ।
  • ভাৰতীয় ফিল্ম ইণ্ডাষ্ট্ৰীৰ পৰা বয়কট আৰু নিষিদ্ধ কৰা হয় গায়কজনক।
  • পাকিস্তানৰ কাৰাচীত অনুষ্ঠান পৰিৱেশন কৰা বাবেই মিকা সিঙৰ বিৰুদ্ধে এই সিদ্ধান্ত এআইচিডব্লিউএ-ৰ।
  • ৮ আগষ্টত কাৰাচীত এক অনুষ্ঠান পৰিৱেশন কৰিছিল মিকা সিঙে।
  • খবৰ অনুসৰি পাৰভেজ মুছাৰফৰ ঘনিষ্ঠই অনুষ্ঠিত কৰিছিল সেই অনুষ্ঠান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in