বৰপেটাৰোডত হত্যাকাণ্ড,জ্যেষ্ঠ ভাতৃয়ে হত্যা কৰিলে কনিষ্ঠ ভাতৃক…

বৰপেটাৰোডত হত্যাকাণ্ড,জ্যেষ্ঠ ভাতৃয়ে হত্যা কৰিলে কনিষ্ঠ ভাতৃক…
  • বৰপেটাৰোড চহৰৰ মাজমজিয়াত নিশা সংঘটিত এক হত্যাকাণ্ড ।
  • জ্যেষ্ঠ ভাতৃয়ে হত্যা কৰিলে কনিষ্ঠ ভাতৃক ।
  • নিজ বাসগৃহতে কনিষ্ঠ ভাতৃক খুকুৰিৰে আক্রমণ কৰে ।
  • থিতাতে নিহত হয় মইনুল হুছেইন(৩০) নামৰ যুৱকজন ।
  • জ্যেষ্ঠ ভাতৃ মকবুল হুছেইনক গ্রেপ্তাৰ আৰক্ষীৰ ।
  • মাতৃৰ সন্মুখতে উপৰ্যুপৰি আক্রমণ কনিষ্ঠ ভাতৃক ।
  • পাৰিবাৰিক কন্দলৰ বাবেই সংঘটিত হ'ল হত্যাকাণ্ড ।
  • বৰপেটাৰোডৰ কলহভাঙ্গাৰ মানসপাৰাত এই ঘটনা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in