শেহতীয়া খবৰ
বটদ্ৰৱা থানৰ বৰনাম লগোৱা, মূল ভৰলী তথা বিশিষ্ট বৈষ্ণৱ পণ্ডিত প্ৰয়াত যোগেশ আতৈৰ প্ৰথম মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন...  •  দূৰদৰ্শনৰ জ্যেষ্ঠ বাতৰি পৰিৱেশক নীলম শৰ্মাৰ দেহাৱসান..  •  এইবাৰ পাকিস্তানৰ সমৰ্থকৰ ৰূপত চামগুৰিত বদৰুদ্দিন আজমলৰ ঘনিষ্ঠ এআইইউডিএফৰ কৰ্মী!  •  পাকিস্তানৰ কাপুৰুষালি অব্যাহত! পুৱাৰে পৰা ভাৰতীয় সেনাক লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ...  •  পাকিস্তানক উচিত শিক্ষা! আমেৰিকাই কৰ্তন কৰিলে আৰ্থিক সাহায্য...  •  একেখন পোষ্টাৰত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে উন্নাৱ বলাৎকাৰ কাণ্ডৰ মুল অভিযুক্তৰ ফটো, প্ৰতিক্ৰিয়া ব্যক্ত কংগ্ৰেছ নেত্ৰীৰ...  •  ওড়িশ্যাৰ বালাংগিৰৰ বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে...  •  নদীৰ কোবাল সোত! হিমাচলপ্ৰদেশত কথমপি প্ৰাণৰক্ষা পৰিল দুজনৰ...  •  দিল্লীত ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা এজনৰ...  •  দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী... VIDEO

এতিয়া ভয় নাই! চোৰে বাহনত হাত দিলেই মোবাইলত আহিব এৰ্লাট, সবিশেষ…

1,814

ডিজিটেল ডেস্কঃ দিনে দিনে বৃদ্ধি পাইছে চোৰৰ প্ৰকোপ। বিশেষকৈ বাইক, গাড়ীচোৰৰ উপদ্ৰৱে বহু লোকৰ টোপনি সাৰিছে। কিন্তু এতিয়া আৰু ভয় নাই। আপোনাৰ মৰমৰ বাহন খনত কোনোবাই হাত দিলেই আপোনাৰ হাতত থকা মোবাইলটোত লগে লগে আহিব এৰ্লাট।

শেহতীয়াকৈ বজাৰলৈ আহিছে এনে এক সজুলি, যাৰ জৰিয়তে আপুনি আপোনাৰ বাহনখন সুৰক্ষিত কৰি ৰাখিব পাৰে। ইলেক্টনিক সামগ্ৰী প্ৰস্তুতকাৰী সংস্থা…য়ে নিৰ্মান কৰিছে মাইক্ৰ জি পি এছ যুক্ত এবিধ সজুলি। এই সজুলি বিধত আপুনি লগাব লাগিব ছিম কাৰ্ড। ইয়াৰ পাছতে গাড়ী অথবা বাইকৰ বেটেৰী আৰু ইঞ্জিনৰ সৈতে সংযুক্ত কৰিব লাগিব সঁজুলি বিধ।

 इस डिवाइस में आपको एक माइक्रो सिम लगाना होगा. डिवाइस में 3 वायर दिए गए हैं, जिसमें से दो बैटरी और एक इग्निशियन में लगाना होता है. इसमें ब्लैक वायर को बैटरी के निगेटिव, रेड को बैटरी के पॉजिटिव प्वाइंट से कनेक्ट करना होता है. वहीं ऑरेंज कलर के वायर को इग्निशियन के निगेटिव प्वाइंट से कनेक्ट करना होता है.

ছিমকাৰ্ড লগোৱা এই সজুলিবিধত থাকে ৩ ডাল ওৱাৰ। ইয়াৰে ২ ডাল বেটেৰীত আৰু ১ ডাল সংযোগ কৰিব লাগে ইঞ্জিনত। ইয়াৰ পাছতে আপোনাৰ মোবাইলত ইনষ্টল কৰিব লাগিব LKGPS এপ। এপটো ডাউনলড কৰা পাছত আপোনাৰ বাহনখন যদি কোনোবাই চলাবলৈ অথবা চাবিৰ অবিহনে ঠেলেও, তেন্তে আপোনাৰ মোবাইললৈ আহিব মেছেজৰ দৰে এক এৰ্লাট।

 गाड़ी में डिवाइस को फिट करने के बाद उसमें सिम लगा दें. इसके बाद डिवाइस की लाइट ऑन हो जाएगी और यह काम करना शुरू कर देगा. इसके बाद आपको डिवाइस के मैनुअल में दिए QR कोड को स्कैन करना होगा और फिर LKGPS ऐप का लिंक ओपन हो जाएगा. ऐसा करने के बाद ऐप को इन्स्टॉल करें ले और फिर लॉगिन करें. यहां से आप गाड़ी की लोकेशन ट्रैक कर सकते हैं. ऐप में आप गाड़ी की रीडिंग भी देख सकते हैं. इसके अलावा गाड़ी के साथ अगर कोई छेड़छाड़ होती है तो तुरंत आपको अलर्ट आ जाएगा.

সজুলিবিধ বাহনত সংস্থাপন কৰাৰ পাছত যেতিয়া লাইট জ্বলিব তেতিয়া গম পাব যে ই কাম কৰি আছে। ইয়াৰ পাছতে সজুলি বিধৰ কিউ আৰ ক’ডটো স্কেন কৰিলেই আপোনাৰ মোবাইলত সক্ৰিয় হ’ব এল কে জি পি এছ (LKGPS) এপ। তাৰ পাছতে লগ অন কৰক, লোকেচন ট্ৰেক কৰক। এনেদৰে কৰিলেই চোৰৰ পৰা সুৰক্ষিত হ’ব আপোনাৰ মৰমৰ বাহনখন।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি