২০১৯ৰ মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ অধিসূচনা জাৰি

২০১৯ৰ মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ অধিসূচনা জাৰি
  • মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ অধিসূচনা জাৰি।
  • ২০১৯ বৰ্ষৰ মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ বাবে অধিসূচনা জাৰি।
  • অসম মাধ্যমিক শিক্ষা পৰিষদে জাৰি কৰিছে এই অধিসূচনা।
  • ২৫ অক্টোবৰৰ পৰা ১৫ নবেম্বৰৰ ভিতৰত বিদ্যালয়সমূহক ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰপত্ৰ পূৰণৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ।
  • ছাত্ৰ-ছাত্ৰীৰ প্ৰপত্ৰসমূহ অনলাইনযোগে জাৰি কৰিবলৈ নিৰ্দেশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in