#MeToo: বিদেশ ৰাজ্যমন্ত্ৰী এম জে আকবৰৰ পদত্যাগ

#MeToo: বিদেশ ৰাজ্যমন্ত্ৰী এম জে আকবৰৰ পদত্যাগ
  • মোদী চৰকাৰৰ বিদেশ ৰাজ্যমন্ত্ৰী এম জে আকবৰৰ পদত্যাগ।
  • #MeTooৰ জৰিয়তে আকবৰৰ বিৰুদ্ধে ১২ গৰাকীৰো অধিক মহিলাই উত্থাপন কৰিছিল যৌন নিৰ্যাতনৰ অভিযোগ।
  • অভিযোগ উত্থাপনৰ পাছৰপৰা আকবৰৰ পদত্যাগৰ দাবী উত্থাপন কৰিছিল বিৰোধীয়ে।
  • মোদী চৰকাৰৰ বিগত চাৰে চাৰি বছৰীয়া কাৰ্যকালত প্ৰথমজন মন্ত্ৰীৰ পদত্যাগ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in