বাহুৰ আঘাতৰ বাবে খেলৰ পৰা আতৰি থাকিব লিয়’নেল মেছি

বাহুৰ আঘাতৰ বাবে খেলৰ পৰা আতৰি থাকিব লিয়’নেল মেছি
  • মেছিৰ অনুৰাগীৰ বাবে দুঃসংবাদ৷
  • তিনি সপ্তাহৰ বাবে খেলপথাৰত নেদেখিব মেছিৰ দুভৰিৰ যাদু৷
  • আৰ্জেন্টিনাৰ ষ্ট্ৰাইকাৰ ফুটবলাৰগৰাকীয়ে তিনি সপ্তাহ আতৰি থাকিব খেল পৰা৷
  • বাৰ্চিলোনাৰ বিৰুদ্ধে খেলৰ সময়ত বাহুত আঘাত পোৱা বাবেই এই সিদ্ধান্ত লিয়'নেল মেছিৰ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in