শেহতীয়া খবৰ
ডিমাপুৰত দুই বিদ্ৰোহী গোটৰ মাজত প্ৰচণ্ড গুলীয়াগুলি, আহত এজন শীৰ্ষনেতা  •  ২ ঘন্টাৰ ভিতৰত হাজিৰ হোৱাৰ নিৰ্দেশ দি চিদাম্বৰমৰ বাসভৱনৰ সন্মুখত নটিছ চিবিআইৰ  •  গুৱাহাটীত হাস্পতালৰ আই চি ইউৰ ভিতৰত অনাধিকাৰ প্ৰৱেশৰ অপৰাধত আটক হ'ল ৩ সাংবাদিক  •  গুৱাহাটীত হাস্পতালৰ আই চি ইউৰ ভিতৰত অনাধিকাৰ প্ৰৱেশৰ অপৰাধত আটক হ'ল ৩ সাংবাদিক  •  ভাৰতীয় ক্ৰিকেটাৰক হত্যাৰ ভাবুকি অসমৰ যুৱকৰ!  •  ভাৰতীয় ক্ৰিকেটাৰক হত্যাৰ ভাবুকি অসমৰ যুৱকৰ!  •  ৰহাৰ খলিহামাৰীত জ্বলা-কলা খোৱাইছে পথৰ দুৰৱস্থাই, VIDEO  •  ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল, উদ্বোধনী খেলত শদিয়াৰ জয়লাভ  •  ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল, উদ্বোধনী খেলত শদিয়াৰ জয়লাভ  •  নাৰায়ণপুৰৰ জনাঞ্চলত বাঘ উদ্ধাৰ…

অমিত শ্বাহৰ নেতৃত্বত আহমেদাবাদত ‘মেৰা পৰিবাৰ ভাজপা পৰিবাৰ’ অভিযান আৰম্ভ

89
  • আহমেদাবাদত ‘মেৰা পৰিবাৰ ভাজপা পৰিবাৰ’ অভিযান আৰম্ভ।
  • বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে আৰম্ভ কৰে এই অভিযান।
  • ৩ মাৰ্চ, ২০১৯ত দেশজুৰি বিজয় সংকল্প ৰেলী।
  • বিজয় সংকল্পৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিখন বিধানসভা ক্ষেত্ৰত ৩ কোটিৰো অধিক মটৰ চাইকেলেৰে উলিওৱা হ’ব ৰেলী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি