অমিত শ্বাহৰ নেতৃত্বত আহমেদাবাদত ‘মেৰা পৰিবাৰ ভাজপা পৰিবাৰ’ অভিযান আৰম্ভ

অমিত শ্বাহৰ নেতৃত্বত আহমেদাবাদত ‘মেৰা পৰিবাৰ ভাজপা পৰিবাৰ’ অভিযান আৰম্ভ
  • আহমেদাবাদত 'মেৰা পৰিবাৰ ভাজপা পৰিবাৰ' অভিযান আৰম্ভ।
  • বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে আৰম্ভ কৰে এই অভিযান।
  • ৩ মাৰ্চ, ২০১৯ত দেশজুৰি বিজয় সংকল্প ৰেলী।
  • বিজয় সংকল্পৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিখন বিধানসভা ক্ষেত্ৰত ৩ কোটিৰো অধিক মটৰ চাইকেলেৰে উলিওৱা হ'ব ৰেলী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in