২০১৮ বৰ্ষৰ ‘মেন বুকাৰ বঁটা’ ঘোষণা

২০১৮ বৰ্ষৰ ‘মেন বুকাৰ বঁটা’ ঘোষণা

  • বুধবাৰে ২০১৮ বৰ্ষৰ 'মেন বুকাৰ বঁটা' ঘোষণা।
  • আয়াৰলেণ্ডৰ লেখিকা এনা বাৰ্ণছলৈ ২০১৮ বৰ্ষৰ মেন বুকাৰ বঁটা।
  • 'মিল্কমেন' শীৰ্ষক গ্ৰন্থৰ বাবে এই স্বীকৃতি প্ৰদান লেখিকাগৰাকীলৈ।
  • মেন বুকাৰ বঁটা বিজয়ী আয়াৰলেণ্ডৰ প্ৰথমগৰাকী লেখিকা এনা বাৰ্ণছ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in