শেহতীয়া খবৰ
চামগুৰি বিলত শ শ মাছৰ মৃত্যু, পৰিভ্ৰমী পক্ষীলৈও আহিছে চৰম ভাবুকি...  •  ৮ বছৰে সম্পূৰ্ণ নহ'ল ৰৌতা-ওদালগুৰি সংযোগী পথ...  •  পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...  •  এন‌আৰচিৰ বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO  •  শিলচৰ ষ্টেচনত ৰে’লৰ শৌচালয়ত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ...

চুৰিৰ সন্দেহত ত্ৰিপুৰাত যুৱকক গণপ্ৰহাৰ

135
  • ত্ৰিপুৰাত এজন অচিনাক্ত যুৱকক ৰাইজৰ উত্তম মাধ্যম।
  • হাত ভৰি বান্ধি লৈ প্ৰহাৰ যুৱকজনক।
  • ত্ৰিপুৰাৰ স্বামী বিবেকানন্দ খেলপথাৰত অনুষ্ঠিত বাণিজ্য মেলাত চুৰি কৰিবলৈ অহাৰ সন্দেহত গণপ্ৰহাৰ।
  • যুৱকজনে কোৱা মতে, মেলাত শুবলৈ আহিছিল তেওঁ।
  • কিন্তু উত্তেজিত ৰাইজে যুৱকজনৰ কথালৈ মানি নলৈ বাঁহ-বেঁতৰ লাঠি, কামীৰে নিৰ্মমভাৱে কৰে প্ৰহাৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি