চুৰিৰ সন্দেহত ত্ৰিপুৰাত যুৱকক গণপ্ৰহাৰ

চুৰিৰ সন্দেহত ত্ৰিপুৰাত যুৱকক গণপ্ৰহাৰ
  • ত্ৰিপুৰাত এজন অচিনাক্ত যুৱকক ৰাইজৰ উত্তম মাধ্যম।
  • হাত ভৰি বান্ধি লৈ প্ৰহাৰ যুৱকজনক।
  • ত্ৰিপুৰাৰ স্বামী বিবেকানন্দ খেলপথাৰত অনুষ্ঠিত বাণিজ্য মেলাত চুৰি কৰিবলৈ অহাৰ সন্দেহত গণপ্ৰহাৰ।
  • যুৱকজনে কোৱা মতে, মেলাত শুবলৈ আহিছিল তেওঁ।
  • কিন্তু উত্তেজিত ৰাইজে যুৱকজনৰ কথালৈ মানি নলৈ বাঁহ-বেঁতৰ লাঠি, কামীৰে নিৰ্মমভাৱে কৰে প্ৰহাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in