বিজেপিৰ মুখপাত্ৰ মেহদী আলম বৰাৰ পদত্যাগ

বিজেপিৰ মুখপাত্ৰ মেহদী আলম বৰাৰ পদত্যাগ
  • বিজেপিৰ মুখপাত্ৰ মেহদী আলম বৰাৰ পদত্যাগ।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত উত্থাপন কৰাৰ বাবেই এই সিদ্ধান্ত বৰাৰ।
  • ৰাজ্যিক বিজেপিৰ সভাপতিৰ হাতত দাখিল কৰিলে পদত্যাগ পত্ৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in