হাইস্কুল শিক্ষান্তত প্ৰথম স্থান লাভ কৰা মেঘাশ্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া, VIDEO

প্ৰথম স্থানত মেঘাশ্ৰী
প্ৰথম স্থানত মেঘাশ্ৰী

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ

হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থানত উজ্বলিল নাৰায়ণপুৰৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী মেঘাশ্ৰী বৰাই। এই ফলাফল লাভ কৰাত অত্যন্ত উৎফুল্লিত মেঘাশ্ৰী। নাৰায়ণপুৰৰ বদুলা পদ্ম আতাৰ সত্ৰৰ সমীপতে থকা মেঘাশ্ৰীৰ ঘৰত পুৱাই উপস্থিত হৈছিল অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ সাংবাদিক।

এই ফলাফলৰ বাবে অভিনন্দন জনাই কথা পাতিছিল অসমীয়া প্ৰতিদিনৰ ডিজিটেলৰ সাংবাদিকে মেঘাশ্ৰীৰ সৈতে। মেঘাশ্ৰীয়ে জনালে তেওঁৰ চিকিৎসক হোৱাৰ ইচ্ছাৰ কথা। সেই লক্ষ্যৰে তেওঁ দৰং মহাবিদ্যালয়ত বিজ্ঞান শাখাত উচ্চতম মাধ্যমিকত নামভৰ্তি কৰিব। আৰু কি ক'লে মেঘাশ্ৰীয়ে, চাওঁক এই ভিডিঅ'-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in