বৰ্ণিহাটত মেঘালয় আৰক্ষীৰ অভিযান, বৃহৎ পৰিমানৰ বোমা প্ৰস্তুত কৰা সামগ্ৰীসহ এজনক আটক…

বৰ্ণিহাটত মেঘালয় আৰক্ষীৰ অভিযান, বৃহৎ পৰিমানৰ বোমা প্ৰস্তুত কৰা সামগ্ৰীসহ এজনক আটক…
  • মেঘালয়ৰ বৰ্ণিহাটত আৰক্ষীৰ অভিযান।
  • বৰ্ণিহাট আৰক্ষী চকীত জব্দ বৃহৎ পৰিমাণৰ বোমা প্রস্তুত কৰা সামগ্রী।
  • আৰক্ষীয়ে লগতে জব্দ কৰিছে এখন এক্স ইউ ভি বাহন।
  • মেঘালয়ৰ লাট্রিমবাইৰ পৰা গুৱাহাটীলৈ অনা হৈছিল এই সামগ্রীখিনি।
  • বোমা প্রস্তুত কৰা সামগ্রীৰ লগতে এজন লোকক আটক কৰিছে আৰক্ষীয়ে।
  • ধৃত লোকজনৰ নাম মইনুল হক বুলি জানিব পৰা গৈছে।
  • জব্দ ৪০২৭টা গেলাটিন ষ্টিক আৰু ২০৪৪টা ইলেক্ট্ৰিক ডেট'নেটৰ ।
  • জব্দকৃত বাহনখনৰ নম্বৰ AS 01 BV 8065।
  • বৰ্তমান মেঘালয় আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in