শেহতীয়া খবৰ
ধেমাজিত প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আবাসগৃহৰ দুৱাৰ মুকলি অনুষ্ঠান...  •  ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি...  •  টীয়কত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় উচ্ছেদৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ...  •  সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন...  •  কেৰেলাত বিমান দুৰ্ঘটনা...  •  ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ...  •  কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ বৈমানিকসহ নিহত ২জন, এনডিআৰএফ-অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত...  •  বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা...  •  কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান... VIDEO  •  অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী...

১০ জুলাইৰ পৰা শ্বিলঙত লকডাউন! কিমান সঁচা এই খবৰ…

369

ডিজিটেল ডেস্কঃ ১০ জুলাইৰ পৰা হ’ব নেকি মেঘালয়ৰ ৰাজধানী শ্বিলঙত লকডাউন। কোৰোনা ভাইৰাছৰ বাবে মেঘালয় চৰকাৰে এনে সিদ্ধান্ত লোৱা বুলি ছ’চিয়েল মিডিয়াত বিয়পিছে খবৰ। কিন্তু কিমান সঁচা এই খবৰ?

অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে শ্বিলঙৰ এক উচ্চস্তৰীয় চৰকাৰী সূত্ৰৰে এই সন্দৰ্ভত যোগাযোগ কৰিছিল। গুৱাহাটীৰদৰে শ্বিলঙতো সম্পূৰ্ণ লকডাউন দিব পাৰে বুলি প্ৰচাৰিত খবৰ সন্দৰ্ভত এই সূত্ৰটোৱে জনালে যে এনে কোনো সিদ্ধান্ত মেঘালয় চৰকাৰে এই পৰ্যন্ত গ্ৰহণ কৰা নাই।সূত্ৰটোৱে লগতে এই খবৰক মিছা আখ্যা দিয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি