কোভিড ভেকচিন ল’লে মেঘালয়ৰ ৰাজ্যপাল সত্য পাল মালিকে…

কোভিড ভেকচিন ল’লে মেঘালয়ৰ ৰাজ্যপাল সত্য পাল মালিকে…
  • মেঘালয়ৰ ৰাজ্যপাল সত্য পাল মালিকে ল'লে কোভিড ভেকচিন ।
  • চিলঙৰ এখন চিকিৎসালয় ৰাজ্যপাল গৰাকীয়ে লয় কোভিড ভেকচিন ।
  • কোভিড ভেকচিনৰ প্ৰথম ডোজ গ্ৰহন কৰে ৰাজ্যপাল গৰাকীয়ে ।
  • দেশত সৰ্ব সাধৰণ লোকৰ বাবে মুললি কৰা হৈছে কোভিড ভেকচিন প্ৰদান কাৰ্যসূচী ।
  • দেশত সপ্তাহৰ প্ৰতিটো দিনে ২৪ ঘন্টাই খোলা থাকিব ভেকচিন প্ৰদান কৰা কেন্দ্ৰ সমূহ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in