শেহতীয়া খবৰ
ধুবুৰীৰ কোৰোনাত আক্ৰান্ত লোকজনৰ পৰিচয়, কৰ পৰা কেতিয়া ক'লৈ গৈছিল...  •  দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত বক্সাৰ লাভলিনা বৰগোঁহাইৰ...  •  পুৰণিগুদামত দৰিদ্ৰজনৰ কাষত আৰক্ষী বিষয়া,সামাজিক সংগঠন...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...

পুনৰ সক্ৰিয় হৈ উঠিছে জিএনএলএ, মেঘালয়ত অপহৰণ দুজন লোকক…

288
  • মেঘালয়ত পুনৰ সক্ৰিয় হৈ উঠিছে জিএনএলএ।
  • অপহৰণ কৰিলে চালক আৰু জাইলো গাড়ীৰ মালিকক।
  • মেঘালয়ৰ তুৰা-আগিয়া এন ই চি পথৰ গাপতলিৰ পৰা অপহৰণ কৰে লোক দুজনক।
  • সোমবাৰে নিশা প্ৰায় ৯ বজাত জিএনএলএ-য়ে অপহৰণ কৰে মানকাচৰৰ চৰকাছাৰীপাৰা গাঁৱৰ মোনোৱাৰ হুছেইন আৰু মেঘালয়ৰ কোনাৰচৰ গাঁৱৰ আনোৱাৰা হুছেইনক।
  • তাৰপাছত মঙলবাৰে কিছু সময় পূৰ্বে মুকলি কৰি দিয়া হয় দুয়োকে।
  • ৩ লাখ টকাৰ বিনিময়ত মুক্তিপন লৈ মুকলি কৰি দিয়া হয় লোক দুজনক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি