মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল ছাংমাৰ তৃণমূল কংগ্ৰেছত যোগদান…

মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল ছাংমাৰ তৃণমূল কংগ্ৰেছত যোগদান…
  • মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল ছাংমাৰ টিএমচিত যোগদান।
  • ৰাজ্যখনৰ ১৮জন কংগ্ৰেছ বিধায়কৰ ভিতৰত ১২জন বিধায়কে যোগ দিয়ে টিএমচিত।
  • বৃহস্পতিবাৰে সংবাদমেল যোগে সকলো স্পষ্ট কৰিব মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in